মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰা গোলাপ ৰাভা হতাশগ্ৰস্ত: মিষ্টাৰ অলিম্পিয়াৰ সাজু হোৱাৰ আগমুহুৰ্তত দুখ আৰু ক্ষোভৰে দেহশ্ৰী প্ৰতিযোগিতাৰ জগত খনৰ পৰা আতৰি অহাৰ সিদ্ধান্ত
দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ: নিজৰ সুঠাম দেহটোৰে জগত জিনিবলৈ সক্ষম হোৱা দক্ষিণ কামৰূপ জিলাৰ বকোৰ সন্তান গোলাপ ৰাভা হতাশগ্ৰস্ত হৈ পৰিছে। মিষ্টাৰ অলিম্পিয়াৰ বাবে সাজু হোৱাৰ আগমুহুৰ্তত অসম গৌৰৱ গোলাপ ৰাভাই দেওবাৰে এক সংবাদ মেল যোগে দেহশ্ৰী প্ৰতিযোগিতা …