কাকপথাৰৰ চেলেংগুৰিত ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ
কাকপথাৰৰ পৰা দ্বীপেন লহকৰ, সংবাদ ৩৬৫, ২০ অক্টোবৰ: শাৰোদুৎসৱৰ উখল মাখল পৰিবেশৰ মাজতেই ৰাজ্যৰ লগতে পাঞ্জাৱৰ অমৃৎসৰত হোৱা ভয়াৱহ দুৰ্ঘটনাৰ উপৰিও বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। শুকুৰবাৰ অৰ্থাৎ বিজয়া দশমী দিনাও তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত চেলেংগুৰিত শুকুৰবাৰে সন্ধিয়া এক পথ …