তামুলপুৰত অবৈধ কাঠফলা মিল উচ্ছেদ
তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: ৰাজ্যত ধাৰাবাহিক ৰূপ লৈছে অবৈধ বেহাৰ। দৈনিক অবৈধ বেহাই গা কৰি উঠিছে ৰাজ্যত। বুধবাৰেও বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বতিয়মাৰীত অবৈধ কাঠফলা মিল জব্দ হয়। জানিব পৰামতে বুধবাৰে পুৱা বতিয়মাৰীত বন বিভাগে এছ এছ …