বৰপেটাৰোডত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ: জুব্বৰ আলীৰ হত্যাৰ প্ৰতিবাদত তিনি শতাধিক ডি ভোটাৰে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা: চিবিআই তদন্তৰ দাবী এ পি আই চি আৰৰ
বৰপেটাৰোড, সংবাদ ৩৬৫, ৭ অক্টোবৰ: দেওবাৰে বৰপেটাৰোডত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এছোছিয়েশ্বন ফৰ প্ৰটেকশ্বন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটচ চমুকৈ এপিআইচিআৰৰ নেতৃত্বত আৰু আমছুৰ সহযোগত প্ৰায় তিনি শতাধিক ডি ভোটাৰৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই …