বাঘবৰত বেকী নৈৰ জলস্তৰত কুৰিখনৰো অধিক গাওঁ বানত প্লাৱিত : তুলুঙা নাৱৰে চলাচল গঞাৰ
বাঘবৰ, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পাথাৰ , বালাজান , সেউৰাভিটা , মৰাভাজ , সাতমুখী , সত্ৰকনৰা ১২,১৩,১৪ নং ছিটসহ আদিকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাওত বেঁকী নৈৰ জলস্তৰ পুনৰ বাঢ়ি অহাৰ ফলত বানত …