নামৰূপত বৃহত্বৰ অসমীয়া মহিলা মঞ্চ আৰু অসমীয়া বৃহত্বৰ যুৱ মঞ্চৰ প্ৰতিবাদ
নামৰূপ, সংবাদ ৩৬৫, ৫ অক্টোবৰ: অসমীয়া জাতিৰ ধৰ্ম আৰু সাংস্কৃতিক নিৰ্মাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চৰম অপমান কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বৰালে কৰা বিতৰ্কিত মন্তব্যকলৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে কৰা প্ৰতিবাদৰ সমান্তৰালকৈ শুকুৰবাৰে নামৰূপ সোনাৰি তিনিআলিত বৃহত্বৰ অসমীয়া মহিলা মঞ্চ আৰু …