কলগাছিয়াৰ চানপুৰত ভয়াৱহ অগ্নিকাণ্ড: বহু লক্ষ্যাধিক টকাৰ সম্পত্তি ভস্মীভূত
কলগাছিয়া, সংবাদ ৩৬৫, ১ নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ চানপুৰত বুধবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। চানপুৰ গাঁৱৰ আলী অকবৰ নামৰ ব্যক্তি এগৰাকীৰ ৰান্ধনী ঘৰৰ পৰা সূত্ৰপাত হোৱা জুইয়ে বিধ্বংসী অগ্নিকাণ্ডৰ ৰূপ লৈ ঘটে এই অগ্নিকাণ্ড। ফলত এই অগ্নিকাণ্ডত আলী …