গোসাঁইগাঁৱত উত্তাল প্ৰতিবাদ: লম্পট ছফিউৰ ৰহমানৰ গ্ৰেপ্তাৰৰ দাবীত আছাৰ জোঁৰ সমদল
গোসাঁইগাঁও, সংবাদ ৩৬৫, ১১ অক্টোৱৰ: এবি এমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি তথা শ্ৰীৰামপুৰ ছায়নড ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ছফিউৰ ৰহমানে বিদ্যালয়খনৰ কেবাজনো ছাত্ৰীৰ লগত অশালীন আচৰণ কৰাৰ পাছত শিক্ষক গৰাকীৰ বিৰুদ্ধে শিমুলটাপু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এজাহাৰ …