এনআৰচি দাবী প্ৰক্ৰিয়াত সহায়ৰ বাবে চিজেপিৰ বিনামূলীয়া টেলিফোন সেৱা মুকলি
গুৱাহাটী, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: বহু প্ৰত্যাক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নাম দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ জৰিয়তে এন আৰ চিত অন্তৰ্ভূক্তি কৰাৰ ক্ষেত্ৰত বিপদগ্ৰস্থ মানুহক সহায় কৰাৰ উদ্দেশ্যে মুম্বাইস্থিত ‘চিটিজেন ফৰ জাষ্টিচ …