বৰপেটা জনিয়াত হাজাৰ হাজাৰ বিঘা শালি ধান খেতি বানপানীত প্লাৱিত
বৰপেটা, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কেইবাখনো কৃষিপ্ৰধান অঞ্চল আই-মানাহ নদীৰ বাঢ়নী পানীত প্লাৱিত হৈছে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কান্দুলীয়া , গাৰালীপাম , বৰভিঠা , বনঘুগী আদি বহু অঞ্চল বানৰ কবলত পৰাৰ ফলত এলেকা সমূহৰ হাজাৰ …