২ অক্টোৱৰত সদৌ অসম বেচৰকাৰি পৰিবহন ব্যৱসায়ী সকলৰ প্ৰতিবাদ

তেজপুৰ, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: মোডী চৰকাৰৰ দিনতো সাধাৰণ জনতাই দৈনিক ব্যৱহিত সামগ্ৰীৰ বাবে হাৰাশাস্তি ভুগিব লগীয়া হৈছে। দৈনিক হাৰত পেট্ৰলজাত সামগ্ৰীৰ অত্যাধিক মুল্যবৃদ্ধিয়ে সকলো ব্যৱসায়ীকে কোঙা কৰি পেলাইছে । শুকুৰবাৰে তেজপুৰৰ কেতেকিবাৰী সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ী সকলৰ এখনি …

মহানগৰীত পুৱাই পুৱাই পথ দুৰ্ঘটনা

গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ১৪ ছেপ্তেম্বৰঃ মহানগৰীত পুনৰ চিটিবাছ চালকৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷পথৰ ওপৰতে বাগৰি পৰিল এখন পানী কঢ়িওৱা পানী ভৰ্তি ট্ৰাক৷ফলত তীব্ৰ জান জটৰ সৃষ্টি হয় গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত৷চিটিবাছ চালকৰ উপদ্ৰৱৰ …

ৰাজ্যজুৰি গণেশ চতুৰ্থী উদযাপন

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: সনাতন পঞ্জিকা অনুসৰি ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী তিথিত গণেশ চতুৰ্থী মহোৎসৱ পালন কৰা হয়। সাধাৰণতে প্ৰতি মাহৰে চতুৰ্থী তিথিত প্ৰথম দেৱ হিচাপে শ্ৰী শ্ৰী গনপতি বা গণেশ দেৱৰ পূজন হয়। আৰু ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী …

কলগাছিয়াত ৰাজপথৰ পুখুৰী সদৃশ গাতত নামি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ: অতিশীঘ্ৰে পথ মেৰামতি নকৰিলে জংগী আন্দোলনৰ ভাবুকি প্ৰতিবাদকাৰীৰ

কলগাছিয়া, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হৈ চৰকাৰৰ ঠিকেই পৰিৱৰ্তন হল কিন্তু ৰাজ্যৰ বাট পথৰহে কোনো পৰিৱৰ্তন ন’হল। আজিও ৰাইজে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগি থাকিব লগীয়া হৈছে। গৰকাপ্তানী দক্ষ মন্ত্ৰী হিমন্ত …

বৰপেটাত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী

বৰপেটা, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: এনআৰচিৰ লিগেচী নথি তালিকা ‘এ’ৰ ১৫ প্ৰকাৰৰ নথিৰ পৰা ৫ প্ৰকাৰৰ নথি বাতিল কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামা প্ৰত্যাহাৰ কৰা আৰু সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ৰাইজক জনোৱাৰ দাবীত …

এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে তেজপুৰত আমছুৰ প্ৰতিবাদ

তেজপুৰ, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ দাবী আপত্তিৰ পোন্ধৰটা নথিৰ পৰা পাঁচটা নথি কৰ্তন কৰাত অসন্তুষ্টি প্ৰকাশ। এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে বৃহস্পতিবাৰে তেজপুৰতো সৰব হৈ পৰিল সংখ্যালঘু …

কিলাৰ হাইৱেট পৰিণত বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: পথৰ মাজত পুখুৰী সদৃশ গাতৰ সৃষ্টি  

বজালী, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ: বজালী মহকুমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া ৰাইজৰ বাবে হৈ পৰিছে এক মৃত্যু উপত্যকা। প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু বৰ দূৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বিভিন্ন জনে। ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ চূড়ান্ত হেমাহি আৰু পথ নিৰ্মাণকাৰী …

কলগাছিয়াৰ নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানত চৰম গাফিলতি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ: বর্তমানেও সন্ধানহীন জহিৰুল হক

কলগাছিয়া, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ: দিখৌ মুখৰ ট্ৰেজেদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাৰ শংকা মাৰ নৌযাওতেই কলগাছিয়াৰ কৰাৰকুৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ নামত চৰম গাফিলতি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ। উল্লেখ্য …

অৱশেষত ৰিজাভ ক্লজ হল লালমাটি আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া উপেন বৰদলৈৰ

তেজপুৰ, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ:অৱশেষত শাস্তিৰ সন্মুখীন হল তেজপুৰ লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন বৰদলৈ । উল্লেখ্য যে তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত হজৰা পাৰৰ এটা কোঠাৰ ভিতৰত দুগৰাকী ছাত্ৰী দুজন যুৱকৰ সৈতে অসংযত অৱস্থাত অনৈতিক কাৰ্য্যত লিপ্ত হৈ …

বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী গড়কাপ্তানি পথ অবৰোধ

বৰপেটা, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ: পৰিবর্তনকামী চৰকাৰ খনে ভাল দিন ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিয়া সকলো এতিয়া ধোঁৱাচাঙত। খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ চাফাকামাৰ অঞ্চলটোত ২০০৪ চনৰ পৰাই অব্যাহত আছে বেকী নৈৰ প্ৰবল খহনীয়া। এই খহনীয়া প্ৰতিৰোধৰ দাবীত …