বিশ্বনাথৰ বিহালিৰ বটিয়ামৰিত হাতী পোৱালি উদ্ধাৰ
বিহালি, সংবাদ ৩৬৫, ৩১ আগষ্ট: বিশ্বনাথৰ বিহালিৰ বটিয়ামৰিত শুক্ৰবাৰে দিনৰ ১২ মান বজাত এটা হাতী পোৱালি উদ্ধাৰ হয়। স্থানীয় ৰাইজে জানিব দিয়া মতে বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এজাক বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি বটিয়ামৰিৰ বিভিন্ন অঞ্চলত …