পিঞ্জৰাত সোমাল মাইবেলাৰ ‘সন্ত্ৰাস’
চৰাইদেউ, সংবাদ ৩৬৫, ১৩ জুলাইঃ পুনৰ নাহৰফুটুকীৰ সন্ত্ৰাস। আকৌ নাহৰফুটুকীয়ে সন্ত্ৰাস চলালে চৰাইদেউৰ মাইবেলাত। দীৰ্ঘদীন ধৰি চৰাইদেউৰ মাইবেলাত সন্ত্ৰাস চলাই মুক্ত বিচৰণ কৰি আহিছে নাহৰফুটুকীটোৱে। জানিব পৰা মতে স্থানীয় ৰাইজৰ তৎপৰতাত বৃহস্পতিবাৰে সোণাৰি আঞ্চলিক বন বিভাগে এটা পিঞ্জৰা স্থাপন কৰি …