স্বাধীনতা দিৱসৰ দিনাই অঘটন সংঘটিত ওদালগুৰি
ওদালগুৰি, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনকলৈ ব্যস্ত থকা সময়তে এক অঘটন সংঘটিত হয় ওদালগুৰিত।জিলা খনৰ ভাৰত-ভূটান সীমান্তত থকা আমজুলি মিলনজ্যোতি এম ই স্কুলত মঙ্গলবাৰে নিশা কোনো দুৰ্বৃত্তই এখন কলা পতাকা উত্তোলন কৰা ঘটনাক লৈ ওদালগুৰিত তীব্ৰ …