লংকাত পিষ্টল আৰু গুলীসহ তিনিজকৈ লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে

হোজাই, সংবাদ ৩৬৫, ২০ জুনঃ হোজাই জিলাৰ লংকাৰ নখুটী আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত ৯ এম এম পিষ্টল আৰু ৬ টা সজীৱ গুলীসহ তিনিজন লোকক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে, নাগালেণ্ডৰ পৰা চাৰিজন যুৱকে লংকাৰ নখুটীৰ আমৱাৰীত …

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ১৩ গৰাকীকৈ এ চি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুনঃ ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰি সম্প্ৰীতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এ পি এছ আৰু এ চি এছ বিষয়া সকলৰ ভিতৰত ১৩ গৰাকীকৈ এ চি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ …

ড্ৰাগছসহ পেঙেৰীত ড্ৰাগছ মাফিয়া আটক

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ জুনঃ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীয়ে বুধবাৰে এজন কুখ্যাত ড্ৰাগছ মাফিয়াক প্ৰায় ১ কিলোগ্ৰাম ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এক কুখ্যাত ড্ৰাগছ সৰবৰাহী চক্ৰই বুধবাৰে দিনৰ ভাগত বৃহৎ পৰিমানৰ ড্ৰাগছ জিলাখনৰ বৰডুমচাৰলৈ …

পথ দুৰ্ঘটনাত নিহত গৰ্ভৱতী মহিলা

গোলাঘাট, সংবাদ ৩৬৫, ২০ জুনঃ গোলাঘাট জিলাৰ বোকাখাতাৰ শিলজুৰিত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলা থিতাতে নিহত হয়। জানিব পৰা মতে ডাব্লিউ বি-০৬-এ-০৭০৬ নম্বৰৰ ফৰ্ড ফিউজন গাড়ী এখন বোকাখাতাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে শিলজুৰিত পথৰ কাষেৰে গৈ থকা এগৰাকী মহিলাক …

মৰাণত অবৈধ চুলাই মদৰ ঘটি উৎসাত

মৰাণৰ পৰা পলাশ কাকতি, সংবাদ ৩৬৫, ২০ জুনঃ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ৰাইদাংত বুধবাৰে মৰাণহাট আৰক্ষীয়ে চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে এটা অবৈধ চুলাই মদৰ ঘটি আৰু জুৱাৰ আড্ডা উচ্ছেদ কৰে। ৰাইদাং মধ্য  ইংৰাজী বিদ্যালয় আৰু ৰাইদাং উচ্চ মাধ্যামিক বিদ্যালয়ৰ …

গুৱাবাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বাক্সা, সংবাদ ৩৬৫, ১৯ জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত গুৱাবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰে এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা …

মালিগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুনঃ মহানগৰীৰ কামাখ্যাৰ দুৰ্গাসৰোবৰৰ পৰা মঙলবাৰে জালুবকাৰী আৰক্ষীয়ে এক অভিযান চলাই সুনীল দাস আৰু প্ৰদীপ টেৰং নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। সুনীল দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনে প্ৰদীপ টেৰং নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক …

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰৰ গুদামত জব্দ কেইবালক্ষাধিক টকাৰ চিলাই মেচিন

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুনঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ সমাজ কল্যান বিভাগত সংঘটিত হোৱা ২,২৫০ কোটি টকাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ পৱন কুমাৰ আগৰৱালাৰ গুদামৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে সোমবাৰে অভিযান চলাই ১,০৫৫ টা চিলাই মেচিন জব্দ কৰে। গুৱাহাটীৰ …

ডকমকা কাণ্ডৰ আৰু পাঁচজন অভিযুক্ত আৰক্ষীৰ জালত

কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১৮ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত থকা পাঁচজনকৈ অভিযুক্তক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ …

বিস্তৃত কর্কট ৰােগ শুশ্রুষা সেৱা কাৰ্যক্ৰমৰ অংশ স্বৰূপে ৰাজ্যত ১৯ টা কেন্সাৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি : ৰাজ্যখনৰ কৰ্কট ৰােগৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুনঃ ৰাজ্যখনত কৰ্কট ৰােগৰ চিকিৎসাৰ দিশত নতুন যুগৰ সূচনাৰে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়ােজিত এক বিস্তৃত কাৰ্যসূচীৰ জৰিয়তে ১৯ খন কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, স্বাস্থ্যমন্ত্রী ড° হিমন্ত …