তামুলপুৰ-ঘগ্ৰাপাৰ পথ পুনৰ নিৰ্মাণৰ বাবে বাক্সা জিলাৰ উপায়ুক্তক আছুৰ স্মাৰক পত্ৰ প্ৰদান
বাক্সা, সংবাদ ৩৬৫, ১৩ জুনঃ বাক্সা আৰু নলবাৰী জিলাৰ অন্তৰ্গত তামুলপুৰ-ঘগ্ৰাপাৰ গৰকাপ্তানী পথটো জনসাধাৰণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈ আহিছে যদিও এই পথটোৰ তামুলপুৰৰ ঘগ্ৰাচকৰ পৰা গোঁসাইকমল আলিলৈকে প্ৰায় ৮ কিলোমিটাৰ বিধ্বস্ত হৈ পৰাত ৰাইজক অতিকৈ জলাকলা খুৱাই …