গোৱালপাৰাৰ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৮ মেঃ গোৱালপাৰা জিলাৰ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিক সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰা, দালালৰাজ বন্ধ …