তেজপুৰত বিজেপিৰ সংবাদ মেল
তেজপুৰ, সংবাদ৩৬৫, ২৬জুন: জৰুৰীকালিন অৱস্থা লাগু কৰাৰ বিৰুদ্ধে প্ৰত্যেক বৰ্ষতে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈ আহিছে৷ পুনৰ এবাৰ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে ২৫ আৰু ২৬ জুনত ক’লা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ৪৩ বছৰ পূৰ্বে ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন …