তামুলপুৰত অনাময় শৌচালয় নিৰ্মানৰ নামত ভেকো ভাওনা
বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে় স্বচ্চ ভাৰত মিচনৰ জড়িয়তে দেশ স্বচ্চ আৰু নিকা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১নং জামুগুৰী, বেলখুটি, সোনাৰীবস্তীকে ধৰি বিভিন্ন প্ৰান্তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মানৰ …