গোৰেশ্বৰত দুৰ্ঘটনা : দোকানৰ ভিতৰত সোমাল ডাম্পাৰ
গোৰেশ্বৰ, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ গোৰেশ্বৰৰ ৰাজপথতত দিনে নিশাই শিল, বালি কঢ়িওৱা ডাম্পাৰ সমূহৰ দৌৰাত্মকৰ ফলত অথিষ্ঠ হৈ পৰিছে গোৰেশ্বৰবাসী। ডাম্পাৰ সমূহৰ দৌৰাত্মকৰ ফলত সঘনাই অঞ্চলটোত সংঘটিত হৈ আছে পথ দুৰ্ঘটনা। শনিবাৰে পুৱাৰ ভাগটো ডাম্পাৰৰ দৌৰাত্মকৰ ফলত সংঘটিত হয় এক দুৰ্ঘটনা। …