উচ্চতৰ মাধ্যমিকৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তিৰ
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১০ মাৰ্চ: ৰাজ্যৰ কেইবা হাজাৰ শিক্ষাৰ্থীৰ ভৱিষ্যতক অন্ধকাৰলৈ থেলি দি গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে চলিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কৰাৰ পিছতো শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ …