উন্নয়ন বিচাৰি ৰাজপথত বিৰুৱাৰীবাসী
গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ পৰিৱৰ্তনকামী আৰু উন্নয়নমুখী বিজেপি চৰকাৰ পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰি বিৰুৱাৰী অঞ্চলৰ ৰাইজ ৰাজপথত। ৰাজ্যত সৰ্বন্দন সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাখন গঠনৰ দুবছৰ উকলি যোৱাৰ পিছতো উন্নয়নৰ মুখ দেখা নাই মহানগৰীৰ বিৰুৱাৰীবাসী। ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃতস্বৰূপ …