গ্ৰন্থৰূপত অসম সাহিত্য সভাৰ ইতিহাস : ৬ এপ্ৰিলত ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ডৰ উন্মোচনী সভা
গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ অসম সাহিত্য সভাৰ এশ বছৰীয়া পৰিক্ৰমা গ্ৰন্থৰূপত। অহা ৬ এপ্ৰিল ২০১৮ত উন্মোচন কৰা হ’ব অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত থকা জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা …