চামগুৰিত দুর্ঘটনাক্ৰমে গুলী লাগি এজনৰ মৃত্যু
নগাঁও, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰিত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। এজন আৰক্ষীৰ চাৰ্ভিছ পিষ্টলৰ পৰা উলিওৱা গুলীয়ে প্ৰাণ লয় এজন। চামগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হেমাৰবৰিত গাঁৱৰ বাসিন্দা উৎপল বৰা গুৱাহাটীত এজন আৰক্ষী বিষয়ৰ ঘৰত দেহৰক্ষী …