বৰঝাৰ বিমান বন্দৰত গুলীসহ আটক জোৱান
মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২২ মাৰ্চ: গুৱাহাটীস্থিত বৰঝাৰ বিমান বন্দৰত ৫টাকৈ গুলীসহ এজন সেনাৰ জোৱান আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট জিলাৰ লিচুবাৰীত কৰ্মৰত এএছচিবিএন ৫৫৪ৰ সেনা জোৱান তথা তামিলনাডু নিবাসী নায়ক এ সুব্ৰমনিয়াম নামৰ লোকজনে বৃহস্পতিবাৰে …