লংকাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী
লংকা, ৩১ ডিচেম্বৰ: লংকাৰ জোৰাপুখুৰীত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত দুই বাইক আৰোহী নিহত হয়। জানিব পৰা মতে , নম্বৰপ্লেট বিহীন চিয়াজ বাহন খনে প্ৰচণ্ড জোৰে পালচাৰ বাইকত খুন্দা মৰাৰ …