গুৱাহাটীত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত
গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ মহানগৰী গুৱাহাটীত দেওবাৰে এক ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত কৰে আৰক্ষী আৰু স্থানীয় ৰাইজে। জানিব পৰা মতে হাটীগাঁওস্থিত শৰাইঘাট হাউছিং কমপ্লেক্সত কেইজনমান প্ৰৱঞ্চকে ৩০০ টকাৰ বিনিময়ত আধাৰ কাৰ্ড বনাই দিয়াৰ এক প্ৰৱঞ্চনাৰ জাল পাতিছিল। …