নগাওঁ আৰু কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু বকেয়া আদায়ৰ ক্ষেত্ৰত ব্যৱস্থা লােৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, সংবাদ ৩৬৫, ২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ফেডাৰেশ্যন অৱ ৱৰ্কাৰ্চ এণ্ড এমপ্লইজ অৱ নগাওঁ আৰু কাছাৰ পেপাৰ মিল আৰু কাগজ কল সুৰক্ষা মঞ্চৰ প্রতিনিধি বৰ্গক তেওঁলােকৰ দাবীসমূহ ভাৰত চৰকাৰৰ গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ সচিব পর্যায়ত উত্থাপনৰ ব্যৱস্থা …