উজনিৰ পৰা নামনিলৈ মিচিং সকলৰ ‘আলি-আয়েঃ-লৃগাং’ পালন
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠী সকলৰ উৎসৱ সমূহৰ ভিতৰত অন্যতম উল্লেখনীয় কৃষিভিত্তিক উৎসৱ ‘আলি-আয়েঃ-লৃগাং’ বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয়। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা মিচিং জনগোষ্ঠীৰ লোকসকলে পৰম্পৰা অনুযায়ী …