ডিমা হাছাওৰ ঘটনাক লৈ পৰিবহন মন্ত্ৰীক উভতি ধৰিলে ৰিপুন বৰাই
ৰঙিয়া, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ ডিমা হাছাওৰ ঘটনাকলৈ ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ডিমা হাছাওৰ ঘটনাৰ লগত কংগ্ৰেছ জড়িত থকাৰ অভিযোগক অস্বীকাৰ কৰি ৰিপুণ বৰাই চন্দ্ৰমোহন পাটোৱাৰীক সাহস আছে যদি প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনায়। …