অভয়াপুৰীত ভয়াবহ পথ দুৰ্ঘটনা
বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ১৭ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰাৰ বাখলগাঁওত শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত সমগ্ৰহ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা প্ৰায় ৯ বজাত …