চৰাইদেউত আয়োজন কৰা হব চাওঁতালী ভাষা বিজয়ী (জিৎকাৰ মাঁহা) দিৱস
বৰহাটৰ পৰা সুৰেণ বুঢ়াগোঁহাই, ৯ ডিচেম্বৰঃ ভাষা-সাহিত্য যিদৰে শিক্ষা-দীক্ষা, কলা সংস্কৃতি, জীৱনধাৰণৰ মানদণ্ড, সমাজৰ প্ৰকৃত প্ৰতিচ্ছবি আৰু পৰিচয়ৰ মাপকাঠি ঠিক তেনেদৰে কোনো এটা জাতিৰ সাহিত্য সংস্কৃতি যিমানে উচ্চ খাপৰ হয় সেই জাতিৰ আচৰণ সভ্যতাও সিমানেই উচ্চ খাপৰ হয়। একেদৰেই পিটাৰ ডব্লিউ …