সোণগুটি চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক, ঠায়ে ঠায়ে নখোৱাৰ আয়োজন
নলবাৰীৰ পৰা কৈলাস ডেকা, ৪ ডিচেম্বৰ: এতিয়া আঘোণৰ বতৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষকক বানে জুৰুলা কৰাৰ সময়তে আঘোণৰ পথাৰৰ সোণোৱালী সোণগুটি দেখি কৃষকৰ হাঁহি বিৰিঙি উঠিছে৷ উল্লেখ্য যে, বানে বিধ্বস্ত কৰি পোলোৱাৰ সময়তে ৰৈ যোৱা কৃষি ভূমিৰ লখিমীক আদৰৰ বাবে …