কাজিৰঙাত মৃত্যু হাতী পোৱালি
কাজিৰঙা, ২ ডিচেম্বৰ: মৃত্যুক আকোঁৱালি ল’লে মাতৃৰ পৰা বিচ্ছিন্ন অসুস্থ বন্যহস্তীৰ পোৱালিটোৱে৷ মানসিক আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে মুমূৰ্ষপ্ৰায় হৈ পৰা বনৰীয়া হাতী পোৱালিটোৱে দুদিন দুৰাতি মৃত্যুৰ স’তে যুঁজি হাৰ মানিলে নিয়তিৰ কাষত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতীপোৱালিটোৰ চিকিৎসা-পৰিচৰ্যা …