নাজিৰাত বিশ্ব এইডছ্ দিৱস পালন
শিমলুগুৰি, ১ ডিচেম্বৰ: নাজিৰা মহকুমা অন্তৰ্গত চেলেংপথাৰৰ ব্ৰীজ অফ হ’প এ চাইল্ড কেয়াৰ প্ৰজেক্ট অফ বিলিভাৰ্ছ চাৰ্চ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ১ ডিচেম্বৰ তাৰিখে অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলক লৈ এইডছ্ সজাগতা শীৰ্ষক এক শোভাযাত্ৰা উলিয়ায়। লগতে এখন …