১৯৭১ৰ পিচত অহা কোনো হিন্দু মুছলমানেই অসমত থাকিব নোৱাৰেঃমুছলিম ছাত্ৰ সন্থা
খাৰুপেটিয়া, ২০ অক্টোবৰঃ অবৈধ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক সন্দেহ যুক্ত বাংলাদেশী সজাই অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই৷ এনআৰচি আৰু ডি ভোটাৰ সন্দৰ্ভত ওদালগুৰিৰ ৰাণীপুখুৰী এমই স্কুলৰ খেলপথাৰত এক বিশাল গণসমাবেশৰ আয়োজন কৰা হয়।গণসমাবেশত ভাষণ প্ৰসংগত মুছলিম ছাত্ৰ সন্থাৰ …