জাগুনত দ্বিতীয় বিশ্ব যুদ্ধৰ সমাধি ক্ষেত্রৰ আধাৰশিলা স্থাপন
মাৰ্ঘেৰিটা, ২০ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ লেখাপানীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লংটঙৰ অসমৰ লেখত ল’বলগীয়া দ্বিতীয় বিশ্ব যুদ্ধৰ সমাধি ক্ষেত্র৷ বিগত বছৰ ধৰি পৰি ৰোৱা সমাধি ক্ষেত্রখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি তুলিবলৈ বিজেপি চৰকাৰে এক নতুন পদক্ষেপ …