কটকটীয়া নিৰাপত্তা বেষ্টনীত আজি অনুষ্ঠিত হ’ল অসম তেল সংমণ্ডলৰ ১৩০টা এপেণ্ডিক্স পদৰ পৰীক্ষা
ডিগবৈ, ১৯ নৱেম্বৰ: পুনৰ এবাৰ অসমীয়াৰ মূৰত ৰাম টাঙোন সোধাই অনা অসমীয়া প্ৰীতি প্ৰদৰ্শন কৰিলে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে৷ থলুৱা শিক্ষিত যুৱক-যুৱতীৰ প্ৰৱঞ্চনা কৰি বহিৰাগত প্ৰাৰ্থী আমদানি কৰি তেল নিগমে আজি অনুষ্ঠিত কৰিলে এপেণ্ডিক্সৰ পৰীক্ষা৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ …