কলগাছিয়াৰ কামাৰগাঁৱত চিআৰপিএফৰ স্বচ্ছতাই সেৱা অভিযান
কলগাছিয়া ২২ ছেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ কামাৰগাওঁ স্থিত চিআৰপিএফৰ জি/১০ বেটেলিয়ানে স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ন কৰে৷ চিআৰপিএফৰ জি/১০ বেটেলিয়ানৰ এছিছটেন্ট কামাণ্ডেন্ট সুদেশ কুমাৰ আৰু আৰক্ষী বিষয়া বহুৰাণ ওৰাঙৰ নেতৃত্বত অৰ্ধ শতাধিক জোৱানে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ কামাৰগাওঁ চিকিৎসালয়, খাৰিজা বিজনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, …