নাজিৰাত এহেজাৰ পৰ্যন্ত ১০ টকীয়া মুদ্ৰা ল’ব লাগিব
শিমলুগুৰি, ২৭ অক্টোবৰঃ দহ টকীয়া ধাতু মুদ্ৰাৰে এবাৰত এহেজাৰ টকা পৰ্য্যন্ত বেংকত জমা থব পাৰিব। নাজিৰা মহকুমাৰ অন্তৰ্গত কিছুসংখ্যক বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১০ টকাৰ ধাতুৰ মুদ্ৰা দৈনন্দিন লেনদেনত গ্ৰহণ নকৰাৰ অভিযোগ মহকুমা প্ৰশাসনক অৱগত কৰা হৈছে। নাজিৰা তথ্য আৰু জনসংযোগ …