সপ্তাহটোৰ মডেলঃ
মডেলঃ কিৰণ বড়ো নিজৰ প্ৰতিভা, অগাধ বিশ্বাস, সীমাহীন ধৈৰ্য্য অশেষ জীৱন সংগ্ৰামেৰে সমাজ কল্যানৰ লগতে নিজৰ প্ৰতিভা ৰাইজৰ আগত উলিয়াই সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা এগৰাকী মহিলা হৈছে কিৰণ বড়ো৷ সদ্যসমাপ্ত মহিলাসকলৰ সৌন্দৰ্য্য প্ৰতিযোগিতা মিচেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭ত প্ৰথম ৰাৰ্ণাছ …