দৰিদ্ৰতা মেধাৰ প্ৰাচীৰ হ’ব নোৱাৰে
নলবাৰী, ৩ জুনঃ থাকিবলৈ নিজৰ মাটি-ভেটি নাই। আনৰ ঘৰত বাস কৰে পিতৃ-মাতৃৰ লগত। শাৰীৰিক ভাৱে বাধাগ্ৰস্ত পিতৃ। এখন সাধাৰণ চাহ দোকান চলাই পিতৃ-মাতৃক পোহপাল দিয়াৰ লগতে নিজে শিক্ষাগ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে নলবাৰীৰ বৰমুৰিকোণাৰ …