লংকাত সফলতাত উজলিল নৱজ্যোতি জুনিয়ৰ কলেজ
লংকা, ৩১ মেঃ হোজাইৰ লংকাৰ নৱজ্যোতি জুনিয়ৰ কলেজে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই বছৰ নৱজ্যোতি জুনিয়ৰ কলেজে কলা শাখাত প্ৰায় ৯৭% উৰ্ত্তীণ হাৰেৰে গ্ৰাম্য অঞ্চলটোত আশাৰ বতৰা কঢ়িয়াই আনে। উল্লেখযোগ্য যে, অসমীয়া, শিক্ষা, ৰাজনীতি বিজ্ঞান …