গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ ফলত মহানগৰীৰ নৱগ্ৰহ মন্দিৰত বন্ধ হৈ আছে পূজা-অৰ্চনা, মন্দিৰত নাই ভক্তৰ সমাগম। মন্দিৰৰ প্ৰসাদৰ ওপৰত নিৰ্ভৰশীল বান্দৰ সকলক খাদ্য যোগান ধৰিছে কেইজনমান লোকে। মানুহে যোগান ধৰা খাদ্য খাই থকা অৱস্থাত নৱগ্ৰহৰ বান্ধৰ সকল।

১)

২)

৩)

৪)

৫)

৬)

৭)