নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : ২০২০ চনৰ জানুৱাৰী মাহত কোন কেইটাস্থানত বন্ধ থাকিব বেংকসমূহ পঢ়ক আমাৰ এক প্ৰতিবেদন।

১ জানুৱাৰী বছৰৰ নতুন বছৰৰ প্ৰথমটো দিন হোৱা হেতুকে বন্ধ থাকিব প্ৰায়বোৰ বেংক ।

২ জানুৱাৰী গুৰু গোবিন্দ সিঙৰ জন্মদিন হোৱা হেতুকে বন্ধ থাকিব আইজল আৰু চণ্ডীগড়ৰ বেংক ।

১১ জানুৱাৰী মাহৰ প্ৰথমটো শনিবাৰ হোৱা বাবে কোনোধৰণৰ কাম নহয় বেংকত ।

১৪ জানুৱাৰী মকৰ সংক্ৰান্তি হোৱা হেতুকে আহমেদাবাদত বেংক বন্ধ থাকিব।

১৫ জানুৱাৰী উতৰায়ণ পুণ্যকাল মকৰ সংক্ৰান্তি, পোংগল, মাঘ বিহু আৰু টুছু পূজাৰ বাবে বন্ধ থাকিব বেংগালুৰু, চেন্নাই, গুৱাহাটী, হায়দৰাবাদৰ বেংকসমূহ ।

১৬ জানুৱাৰী তিৰুৱল্লুৱৰ দিৱসৰ বাবে উপলক্ষে চেন্নাইত বেংক বন্ধ থাকিব।

১৭ জানুৱাৰীত চেন্নাইত বেংকৰ কাম উজহৱাৰ থিৰুনাল উপলক্ষে বন্ধ থাকিব।

২৩ জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে কোনোধৰণৰ কাম – কাজ নহয় আগৰতলা আৰু কলকাতাৰ বেংকত ।

২৫ জানুৱাৰী মাহটোৰ চতুৰ্থ শনিবাৰ হোৱা হেতুকে বন্ধ থাকিব সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বেংক ।

৩০ জানুৱাৰীত সৰস্বতী পূজাৰ বাবে আগৰতলা, ভুবনেশ্বৰ আৰু কলকাতাত বেংক বন্ধ থাকিব ।