গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : কা”ৰ বিৰুদ্ধে আছুৰ উদ্যোগত ৩০ টা সংগঠনৰ গণ সত্যাগ্ৰহ । গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ যোৱা শ শ প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ।

আটক কৰা প্ৰতিবাদকাৰীক দীঘলী পুখুৰীৰ অস্থায়ী কাৰাগাৰলৈ লৈ যোৱা হয়। আৰু ইয়াৰ পাছতে এতিয়া দীঘলী পুখুৰীৰ পাৰত প্ৰৱেশ নিষেধ কৰি দিছে সংবাদ মাধ্যমৰ যাতে তেওঁলোকে কোনোধৰণৰ সংবাদ পৰিবেশন কৰিব নোৱাৰে।

কেবৰ পাছতেই এতিয়া “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ জনসাধাৰণে। সকলোৰে লক্ষ্য “কা” বাতিল কৰা।