নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ :সোমবাৰে ডিমৌত সংঘটিত হৈ যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে পুনৰ এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ডিমৌৰ ৰাজমাইত ।

এখন দ্ৰুত গতিত আহি থকা ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত পৰে টাটা টিগ’ৰ নামৰ বাহনখন । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চাৰিজনকৈ লোক।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েইভট্ৰাকসহ পলায়ন কৰে চালকজনে।