গুৱাহাটী, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বন্ধ কৰা হব ইন্টাৰনেট সেৱা । সম্পূৰ্ণ দুই দিনৰ বাবে ইণ্টাৰনেট সেৱা বাতিল হ’ব অসমত।

উল্লেখ কৰি পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিভিন্ন জনমত । সকলোৱে বিৰোধিতা কৰিছিল কেবৰ। বিভিন্ন পোষ্ট দিয়া দেখা হৈছে লগতে প্ৰত্যেকজন ৰাজনীতি নেতাৰ পোষ্টত গৈ বিভিন্ন মন্তব্য দিয়া দেখা গৈছৰ যাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ইণ্টাৰনেটত সেৱা কিছু ঘণ্টাৰ পূৰ্বে চৰকাৰে ত্ৰিপুৰা আৰু অৰুণাচলত বাতিল কৰিছিল। ইয়াৰপাছতে বন্ধ কৰা হব অসমতো।