গুৱাহাটী : প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন ঠিকনা। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত স্থায়ী ঠিকনা ল’লে। মুখ্যমন্ত্ৰী হৈ থাকোতে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঠিকনা আছিল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা।

প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ পৰা নিজৰ ঠিকনা সলনি কৰিলে গুৱাহাটীত থকা নিজৰ ঘৰখনলৈ। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ত্যাগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ নিজৰ ঘৰ ল’লে।

সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আৱাসী হিচাপে আছিল। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতো প্ৰায় ১ বছৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আৱাসী আছিল সৰ্বানন্দ সোণোৱাল।

শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ত্যাগ কৰি ৰাজ্য চৰকাৰক গতাই দিয়ে। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ত্যাগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যোতিকুছিৰ ১ নং কাৰ্বি পথত থকা নিজৰ ঘৰখনলৈ যায়।