Lux : জেকলিন ফাৰ্ণাণ্ডেজ লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তি

In ব্যৱসায়, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

গুৱাহাটী : দেশৰ অন্যতম বৃহৎ ইনাৰ-ৱেৰ পোছাক নিৰ্মাতা প্ৰতিষ্ঠান লাক্স (Lux) ইণ্ডাষ্ট্ৰিজ লিমিটেডে পুৰুষৰ ইনাৰ-ৱেৰ ব্ৰেণ্ড ‘লাক্স কোজি’ৰ প্ৰচাৰৰ বাবে বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক চুক্তি কৰিছে। “ইয়ে নহি তো কুছ নাহি” ইয়াৰ টিভিচি প্ৰচাৰে কেৱল লিংগ গতানুগতিকতাক প্ৰত্যাহ্বান জনোৱাই নহয়, লগতে পুৰুষৰ হোজিয়াৰী শ্ৰেণীত ব্ৰেণ্ডটো নতুন পথ চিহ্নিত কৰে। টিভিচি ব্ৰেণ্ডটো ব্যক্তিগত যদিও প্ৰচাৰৰ বাবে কৰা হৈছে।

লাক্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ অশোক কুমাৰ টোডিয়ে কয় যে “পুৰুষৰ ইনাৰৱেৰ ব্ৰেণ্ডে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা চেলিব্ৰেটীৰ সৈতে কেৱল ইয়াৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে জড়িত কৰিছে। এক অভিনৱ আৰু।উপভোক্তা-কেন্দ্ৰিক ব্ৰেণ্ড হিচাপে, আমি সদায়ে আমাৰ লক্ষ্য গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ সংযোগ আৰু সম্পৰ্কৰ ওপৰত টিভিচি বাছনি কৰি আহিছাঁ। এইবাৰ আমি এক অগতানুগতিক বিষয়ৰ কথা চিন্তা কৰি এই ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে এগৰাকী অভিনেত্ৰীৰ বাচনি কৰা হৈছে। আমি আশা কৰোঁ যে ই ব্ৰেণ্ডটোক নতুন উচ্চতালৈ লৈ যাব আৰু ইয়াৰ বিচক্ষণ গ্ৰাহকৰ সৈতে এক গভীৰ সম্পৰ্ক সৃষ্টি কৰিব।”

লাক্স ইণ্ডাষ্ট্ৰিজৰ কাৰ্যবাহী সঞ্চালক চাকেত টোডিয়ে কয় যে, “সাধাৰণতে, ইনাৰৱেৰ ব্ৰেণ্ডবোৰে পৰম্পৰাগত ভাবে পুৰুষসকলৰ প্ৰভাৱ আছিল কিন্ত এইবাৰ এক অগতানুগতিক চিন্তাৰ যোগেদি সৰলীকৰণ কৰাৰ বাবে এই ব্ৰেণ্ডত টি ভি চিত মহিলাক নেতৃত্ব দিয়া হৈছে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu